June 22, 2024 12:21 PM
নির্মলা সীতাৰমনৰ অধ্যক্ষতাত আজি নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৩ সংখ্যক বৈঠক
কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৩ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এয়া হ'ব নতুন চৰকাৰ গঠনৰ পাছত পৰিষদৰ প্ৰথমখন বৈঠক। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৭ অক্টো...