September 14, 2024 11:24 AM

ডায়মণ্ড লীগৰ ফাইনেলত আজি নীৰজ চোপ্ৰাই পুৰুষ জেভলীন থ্র’ শিতানত অৱতীৰ্ণ হ’ব

■ অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা ভাৰতৰ নীৰজ চোপ্ৰাই আজি নিশা বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছত অনুষ্ঠিত চলিত বৰ্ষৰ ডায়মণ্ড লীগ ফাইনেল প্রতিযোগিতাৰ পুৰুষ জেভলীন থ্র' শিতানত অৱতীৰ্ণ হ'ব। এই শ...

September 13, 2024 12:18 PM

ডায়মণ্ড লীগ ফাইনেলত নীৰজ চোপ্ৰা আৰু অবিনাশ চাবলেৰ দেশক প্ৰতিনিধিত্ব

পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজয়ী জেভলিন খেলুৱৈ নীৰজ চোপ্ৰা আৰু ষ্টিপলছেজ দৌৰবিদ অবিনাশ চাবলে আজি বেলজিয়ামৰ ব্ৰুছেলছত আৰম্ভ হ'বলগীয়া ডায়মণ্ড লীগ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। আজি প্...

August 23, 2024 11:49 AM

লুজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত নীৰজ চোপ্ৰাৰ দ্বিতীয় স্থান দখল

পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজেতা নীৰজ চোপ্ৰাই চুইজাৰলেণ্ডত অনুষ্ঠিত লুজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত দ্বিতীয় স্থান দখল কৰিছে। নীৰজে চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৮৯ দশমিক ৪...

August 8, 2024 6:39 PM

পেৰিছ অলিম্পিকত আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব নীৰজ চোপ্ৰা

জেভলিন থ্ৰৰ যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব। আনহাতে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ'ব। ইপিনে, মল্লযু...

June 19, 2024 12:32 PM

বিশ্ব এথলেটিকছ কণ্টিনেণ্টেণ্ট গোল্ড ট্যুৰ প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ সোণৰ পদক অৰ্জন

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ টুকুত অনুষ্ঠিত বিশ্ব এথলেটিকছ কণ্টিনেণ্টেণ্ট গোল্ড ট্যুৰ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত সোণৰ পদক অৰ্জন কৰিছে। নীৰজে যোৱা নিশা ৮৩ দ...