April 27, 2025 11:26 AM
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এক অৰ্পণ
গৃহ মন্ত্ৰালয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এক অৰ্পণ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে সংস্থাটোৱে এতিয়া এই সন্ত্রাসবাদী আক্ৰমণৰ আনুষ্ঠানিক ...