ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 12:32 PM

মানৱবিহীন লেভেল ক্ৰ’চিংৰ ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ

উত্তৰ-পূব সীমান্তৰ ৰে'লৱেই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা মুঠ ৯৫০টা মানৱবিহীন লেভেল ক্ৰ'চিং চিনাক্ত কৰি ইয়াৰে ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ কৰিছে। ৰে'ল বিভাগে জনোৱা অনুসৰি তিনিচুকীয়া ...

December 13, 2024 7:30 PM

ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদৰ বাবে ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন উত্তৰ পূৱ সীমান্ত ৰে’লৱে

উত্তৰ পূৱ সীমান্ত ৰে’লৱে ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদ কৰি তোলাৰ বাবে সংমণ্ডলটোৰ ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱ...

November 7, 2024 8:29 PM

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱ পালনৰ পাছত নিজ নিজ ঘৰলৈ যাব বিছৰা যাত্ৰীসকল ইয়াৰ পৰা লাভান্বিত হ’ব। ৰে'লৱেই প...

November 4, 2024 6:35 PM

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খ...

November 1, 2024 12:58 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত ৮ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই উৎসৱ উপলক্ষে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন ...

October 26, 2024 6:53 PM

উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত

উত্তৰ পূৱ সীমান্ত ৰে’লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি এখন বিশেষ ৰে’ল বৈষ্ণোদেৱী কাত্ৰাৰ পৰা ...

September 6, 2024 8:53 PM

উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠনৰ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ

সাংসদ ৰকিবুল হুছেইনে অসম তথা উত্তৰ-পূৱৰ ৰাইজক উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠন কৰাৰ বাবে আহ্বান জনাইছে। উত্তৰ-পূৱ সীমান...

August 21, 2024 8:38 PM

চলিত বছৰৰ ১ জানুৱাৰীৰ পৰা ১৫ আগষ্টলৈকে ২২৫জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ১৬জন ভাৰতীয় এজেণ্টক আটক ৰে’লৱেৰ সুৰক্ষা বাহিনীৰ

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সুৰক্ষা বাহিনীয়ে চলিত বছৰৰ ১ জানুৱাৰীৰ পৰা যোৱা ১৫ আগষ্টপর্যন্ত ৰে’লৱে’ৰ অধীনৰ বিভিন্ন তালাচী চলাই ২২৫জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ১৬জন ভাৰতীয় এজেণ্টক আটক কৰে। ৰ...

July 31, 2024 11:07 AM

২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ’ব : উত্তৰ পূব সীমান্ত ৰে’লৱে

ভাৰতীয় ৰেল নীতিৰ সৈতে সংগতি ৰাখি উত্তৰ পূব সীমান্ত ৰেল ২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ'বলৈ অগ্ৰসৰ হৈছে। জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াসেৰে উত্তৰ ...

July 6, 2024 1:00 PM

বান পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

বান পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱে আজি আৰু কাইলৈ কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল কৰিছে। সেই অনুসৰি শিলচৰ-গুৱাহাটী, শিলচৰ-মাইশ্বাছান, মাইশ্বাছান-শিলচৰ, শিলচৰ-ডুলাবচ্চেৰা, শিলচৰ- শ্ৰীব...