August 18, 2024 6:56 PM

থাইলেণ্ডৰ নৱনিৰ্বাচিত প্রধানমন্ত্রী পেটংটার্ণ শ্বিনাৱাত্ৰাক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ সদ্যনিৰ্বাচিত প্রধানমন্ত্রী পেটংটার্ণ শ্বিনাৱাত্ৰাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমক এক পোষ্ট যোগে প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সফল ক...