March 19, 2025 12:35 PM
কাৰ্বি আংলঙত সৈনিক স্কুল নিৰ্মাণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এশ কোটি টকাৰ অনুমোদন
প্ৰতিৰক্ষা মন্ত্ৰালয়ে কাৰ্বি আংলং জিলাৰ লাংৱকুত সৈনিক স্কুল নিৰ্মাণৰ বাবে এশ কোটি টকাৰ অনুমোদন দিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰে। ৩৩৫ কোটি ৮৭ লাখ ...