April 22, 2024 11:25 AM
ৰাজ্যৰ ৩৯টা পৌৰ নিকায়ৰ অধীনত ২৬২ কোটি টকা ব্যয় সাপেক্ষে চাৰিটা প্ৰকল্পত অনুমোদন ড’নাৰ মন্ত্ৰালয়ৰ
ড’নাৰ মন্ত্ৰালয়ে ৰাজ্যৰ স্থানীয় ৩৯টা পৌৰ নিকায়ৰ অধীনত ২৬২ কোটি টকা ব্যয় সাপেক্ষে চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি অর্থাৎ NESIDSৰ অধীনত এই প্রকল...