July 21, 2024 8:35 PM

নেপালৰ কে পি শৰ্মা অ’লি চৰকাৰ আস্থাৰ ভোটত জয়ী

নেপালৰ কে পি শৰ্মা অ'লি চৰকাৰে দেশখনৰ নিম্ন সদন প্রতিনিধি সভাত দুই-তৃতীয়াংশ আস্থাৰ ভোট  লাভ কৰি জয়ী হয়। নিম্ন সদনৰ প্ৰতিনিধি সভাৰ মুঠ ২৬৩ সদস্যৰ মাজৰ উপস্থিত থকা ১৮৮ গৰাকী সদস্য ই চৰকাৰৰ সপক...