March 27, 2025 9:20 PM
নেপালত বসন্তকালীন পর্বতাৰোহণৰ বাবে অনুমতি
নেপালত এই বৰ্ষৰ বসন্তকালীন পর্বতাৰোহণৰ বাবে অনুমতি দিয়া হৈছে। নেপালৰ পৰ্যটন বিভাগৰ সূত্ৰই জনোৱা মতে, মুঠ ৫৮ গৰাকী লোকে এইবাৰ পৰ্বতাৰোহণৰ বাবে অনুমতি লাভ কৰিছে। ইয়াৰে ১৮ গৰাকী মহিলা আৰু ...