December 16, 2024 7:37 PM
ভাৰত ভ্ৰমণৰত নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল কাঠমাণ্ডুলৈ ৰাওনা
নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেল ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক সামৰণি মাৰি কাঠমাণ্ডুলৈ উভতি গৈছে। যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জেনেৰেল ছিগডেলক ভাৰ...