April 20, 2025 7:57 PM
কামৰূপ জিলাৰ পুঠিমাৰীত এন ডি আৰ এফ বিৰ কাৰিকৰী কৌশল প্ৰদৰ্শন
কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পুঠিমাৰীত এন ডি আৰ এফ বিৰ কাৰিকৰী কৌশল প্ৰদৰ্শনৰ অনুষ্ঠান আয়োজিত হৈছে। এই অনুষ্ঠানত প্রাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্গতসকলক সহায় কৰিব পৰাকৈ জোৱানসকলক প্ৰস্ত...