ডাউনলোড
মোবাইল এপ

android apple
signal

April 7, 2025 7:34 PM

আজিৰে পৰা নতুন দিল্লীত নৌসেনা কামাণ্ডাৰ সন্মিলন-২০২৫ আৰম্ভ

নৌসেনা কামাণ্ডাৰ সন্মিলন-২০২৫ ৰ প্ৰথম সংস্কৰণৰ দ্বিতীয় অংশ আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনখন শীৰ্ষ পৰ্যায়ৰ আৰু দ্বিবার্ষিক অনুষ্ঠান। ...