January 2, 2025 6:38 PM
২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ ঘোষণা
ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। বিশ্ব দবা চেম্পিয়ন ডি গুকেশ, পেৰিছ অলিম্পিক দুটাকৈ পদক বিজেতা মানু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰা অলিম্পিকত স...