November 26, 2024 12:00 PM
আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস; নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন
আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ৷ ভাৰতৰ শ্বেত বিপ্লৱৰ জনক হিচাপে খ্যাত ড° ভার্গিজ কুৰিয়েনৰ ১০৩ সংখ্যক জয়ন্তী উপলক্ষে এই দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনু...