February 1, 2025 12:16 PM
ৰাষ্ট্ৰীয় ক্রীড়াত মণিপুৰৰ ভাৰোত্তোলক বিন্দিয়াৰাণী দেৱীৰ ৰাষ্ট্ৰীয় অভিলেখ
উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে সাঁতোৰ, ৰাগবি, চাইক্লিং, ভাৰোত্তোলন, শ্বুটিং আদি বিভিন্ন খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাব...