February 5, 2025 10:38 AM
ৰাষ্ট্ৰীয় ক্রীড়াত ল’নবলৰ ফাইনেলত অসমৰ বিতু দাস, সুৰঞ্জনা বৰুৱা; ডাবলছৰ ফাইনেলত বিমান নাথ-বিশ্বজিৎ খাওন্দ
ৰাজ্যৰ উদীয়মান ল’নবল খেলুৱৈ বিতু দাস আৰু সুৰঞ্জনা বৰুৱাই উত্তৰাখণ্ডত চলি থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে বিমান নাথ আৰু বিশ্বজিৎ খাওন্দে পুৰুষৰ ডাব...