March 27, 2025 8:10 PM
নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত কুমাৰ ভাগৱতীৰ কন্যাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
অসম ৰাজ্যিক মানৱাধিকাৰ আয়োগে চিকিৎসালয়ৰ গাফিলতিত নিজ কন্যাৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত কুমাৰ ভাগৱতীয়ে দাখিল কৰা এটা অভিযোগ সংক্ৰান্তত নগাঁৱৰ জি...