September 10, 2024 6:55 PM
নাগালেণ্ডত অবৈধ প্ৰব্ৰজন ৰোধৰ বাবে চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবঃ উপ-মুখ্যমন্ত্ৰী ৱাই পেটন
নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনে কৈছে যে ৰাজ্যখনত অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টোক লৈ সতৰ্ক হৈ থকাৰ লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। গৃহ মন্ত্ৰ্য...