April 17, 2024 6:04 PM

ম্যানমাৰৰ কাৰাৰূদ্ধ নেত্ৰী আং চান চ্যু ছীক গৃহবন্দিত্বৰ পৰা মুক্তি

ম্যানমাৰৰ কাৰাৰূদ্ধ নেত্ৰী আং চান চ্যু ছীক স্বাস্থ্যজনিত কাৰণত গৃহবন্দিত্বৰ পৰা মুক্তি দিয়া হৈছে। দেশখনৰ সামৰিক চৰকাৰে প্ৰকাশ কৰা মতে সম্প্ৰতি চলি থকা উষ্ণ প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত নেত্ৰ...