April 10, 2025 8:27 PM
মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাৰুৰ ৰাণা দিল্লীত উপস্থিত
মুম্বাইত সংঘটিত ২৬-১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাৰুৰ ৰাণাক আজি দিল্লীলৈ অনা হৈছে। কেন্দ্ৰীয় মন্ত্রী পিযুছ গোৱেলে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত কয় যে, প্রধানমন্...