September 8, 2024 8:28 PM

মাংকি পক্সৰ সংক্ৰমণৰ সন্দেহত এজন ৰোগীক আছুতীয়াকৈ চিকিৎসা কৰা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ প্ৰকাশ

এজন যুৱকৰ দেহত মাংকি পক্সৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে, তেওঁ এম পক্সৰ সংক্ৰমণ থকা এখন দেশ অলপতে ভ্ৰমণ কৰিছিল। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এখন বিশেষ চিক...