February 21, 2025 12:44 PM
কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তৰ আক্রমণৰ ঘটনাক লৈ অসম বিধানসভাত হুলস্থূলীয়া পৰিস্থিতি, দুবাৰকৈ সদন স্থগিত
কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্রমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱা সদ...