February 21, 2025 12:42 PM
কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ব্যক্তিসকলক চিনাক্ত আৰক্ষীৰ
আৰক্ষীয়ে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত কালি হোৱা আক্ৰমণত ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰিছে। আক্ৰমণকাৰীসকলৰ ভিতৰত জামতোলাৰ হাৰুণ, ফাকুলিৰ হৰেশ, তামুলিটুপৰ বচীৰ, কাৱৈমাৰীৰ ...