April 4, 2024 6:47 PM

ৰাজ্যসভাৰ সাংসদ হিচাপে ছোনিয়া গান্ধীৰ শপতগ্রহণ

⇒ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্রহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে শপত গ্ৰহণ কৰোৱায়। শ্ৰীমতী গান্ধী ৰাজস্থানৰ পৰা সাংসদ হিচাপে নিৰ্বাচি...

April 3, 2024 7:31 PM

কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদৰ শপতগ্রহণ

♦ কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদে আজি শপতগ্রহণ কৰে। উপ বাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সংসদ ভৱনত তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়৷...