February 6, 2025 11:02 AM
আই এছ এলত পঞ্জাৱ এফ চিক ৩-০ গ’লত পৰাস্ত মোহন বাগান ছুপাৰ জায়েণ্টৰ
ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ফুটবল প্রতিযোগিতাত কালি নিশা কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টে, পঞ্জাৱ এফ চিক ৩-০ গ’লত পৰাস্ত কৰে। এই জয়ৰ ...