October 6, 2024 8:32 PM

প্রয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ দ্বাৰা উন্মোচন

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি প্রয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক উন্মোচন কৰে। এই প্রতীকে ধৰ্মীয় আৰু অৰ্থনৈতিক সমৃদ্ধিৰ লগতে সাগৰ মন্থনত উৎপত্তি হোৱা পৱিত্...