October 3, 2024 12:50 PM

views 46

স্বচ্ছ ভাৰত অভিযানে ইতিবাচক পৰিৱৰ্তনৰ লগতে নিয়োগ সৃষ্টিতো সহায় কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

স্বচ্ছ ভাৰত অভিযানে দেশ তথা সমাজলৈ যথেষ্ট ইতিবাচক পৰিৱৰ্তন অনাৰ লগতে নিয়োগ সৃষ্টিতো সহায় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত স্বচ্ছতা হি সেৱা ২০২৪ ৰ এটা কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে। লগতে চৰকাৰে এই অভিযানৰ অধীনত ৰূপায়ণ তথা পৰিকল্পনা কৰি থকা বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰাৰ উপৰি শ্ৰীমোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে অসমকে ধৰি কেইবাখনো ৰাজ্যত স্থাপিত ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইপিনে, গুৱাহাটী, যোৰহাট আৰু তিনিচুকীয়াৰ সমান্তৰালকৈ শিৱসাগৰতো...