ডাউনলোড
মোবাইল এপ

android apple
signal

March 30, 2025 4:39 PM

মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ ভাৱ ব্যক্ত

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আ...

February 24, 2025 7:41 PM

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ঝুমইৰ বিনন্দিনী আৰু বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পূর্বে গুৱাহাটীত উপস্থিত হৈছ...

February 20, 2025 8:13 PM

দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু জে পি নড্ডাও এই বৈঠকত...

February 12, 2025 4:44 PM

কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰত ভাৰতে যথেষ্ট প্ৰগতি কৰিছেঃ প্ৰধানমন্ত্ৰী

ভাৰতে কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰত যথেষ্ট প্ৰগতি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুগলৰ মুখ্যকাৰ্যবাহী বিষয়া সুন্দ পিচাইক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে ...

February 11, 2025 3:16 PM

বিগত দশকত ভাৰত বিশ্বৰ পঞ্চম অর্থনীতি হিচাপে পৰিগণিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিগত দশকত ভাৰত বিশ্বৰ পঞ্চম অর্থনীতি হিচাপে পৰিগণিত হৈছে। দ্বাৰকাৰ য়শোভূমিত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ ২০২৫ ভার্চুৱেল ব্যৱস্থাৰে আজি উদ্বোধন কৰি...

February 7, 2025 9:24 PM

৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ'ব। এই ভ্রমণ কালত শ্ৰীমোদীয়ে পেৰিচত হ'বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমান...

January 31, 2025 3:43 PM

২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব তেতিয়া বিকশিত ভাৰতৰ লক্ষ্যও প্রাপ্তি হ’বঃ মোদী

সংসদৰ বাজেট অধিবেশনে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্রাপ্তিৰ ক্ষেত্ৰত নতুন আত্মবিশ্বাস আৰু শক্তিৰ সঞ্চাৰ কৰিব। সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰ...

January 28, 2025 5:25 PM

ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন কৰে। ওড়িশা চৰকাৰৰ উদ্যোগত উৎকর্ষ ওড়িশা শীর্ষক এই গোলকীয় বিনিয়োগ সন্মিলনখনৰ আয়োজন কৰা হৈছ...

January 11, 2025 9:19 PM

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত ৩হাজাৰ যুৱ নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত তিনি হাজাৰ যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানত যুৱ নেতাসকলে প্ৰধানমন...

October 7, 2024 2:28 PM

নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি প্রধানমন্ত্ৰী মোদীয়ে পূজা-অৰ্চনা আগবঢ়ায়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি পূজা-অৰ্চনা আগবঢ়ায়। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰী মোদীয়ে মা সুখদায়িনী-মোক্ষদায়িনীয়ে যেন সকলোকে...