August 1, 2024 8:44 PM
গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ক্ষতিপূৰণ আদায়ৰ নির্দেশ কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ
কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগে এটা নির্দেশযোগে গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নির্দেশ দিয়ে। উল্লেখযোগ্য যে এজন...