September 12, 2024 12:54 PM
কেন্দ্ৰীয় কেবিনেটৰ মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন
কেন্দ্ৰীয় কেবিনেটে বতৰৰ আগলি বতৰা আৰু জলবায়ু সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত অধিক সামর্থ আহৰণৰ উদ্দেশ্য মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই যোজনাৰ বাবদ ২ বছৰত ২ হাজাৰ কোটি টকা ব্যয...