May 31, 2024 11:56 AM

পেলেষ্টাইনৰ ৰাফাত ভালেমান অসামৰিক লোকে প্ৰাণ হেৰুওৱাত ভাৰতৰ গভীৰ উদ্বেগ প্ৰকাশ

ভাৰতে পেলেষ্টাইন মহানগৰৰ গাজাৰ দক্ষিণাঞ্চলৰ ৰাফাত ভালেমান অসামৰিক লোকে প্ৰাণ হেৰুওৱাত গভীৰ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি সংবাদমাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্র ৰন...