May 3, 2024 11:36 AM

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ MBBSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

◊ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে MBBSৰ চূড়ান্ত পৰীক্ষাত ফলাফল কালি ঘোষণা কৰিছে। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে ঘোষণা কৰা চূড়ান্ত পৰীক্ষাত যোৰহ...