February 6, 2025 11:01 AM
বিশ্ব টেবল টেনিছ প্রতিযোগিতাত আজি ভাৰতৰ মানৱ থাক্কৰ-মনুশ্ব শ্বাহ যুটিৰ কোৱাৰ্টাৰ ফাইনেল মেচ
ছিংগাপুৰত চলি থকা বিশ্ব টেবল টেনিছ প্রতিযোগিতাত ভাৰতৰ শীৰ্ষ বাছনিৰ পুৰুষৰ ডাবলছৰ যুটি মানৱ থাক্কৰ আৰু মনুশ্ব শ্বাহে আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ চতুৰ্থ বাছনিৰ যুটি ফ্ল'ৰিয়ান বৌৰাচাউ...