April 4, 2025 7:37 PM
প্রবীন অভিনেতা-পৰিচালক মনোজ কুমাৰৰ অন্ত্যোষ্টিক্রিয়া কাইলৈ দিনৰ ১১ বজাত মুম্বাইৰ পৱনহংসত সম্পন্ন কৰা হ’ব
আজি পুৱা মুম্বাইত দেহাৱসান ঘটা প্রবীন অভিনেতা-পৰিচালক মনোজ কুমাৰৰ অন্ত্যোষ্টিক্রিয়া কাইলৈ দিনৰ ১১ বজাত মুম্বাইৰ পৱনহংসত সম্পন্ন কৰা হ'ব। বর্ষীয়ান অভিনেতাগৰাকীৰ বিয়োগত ৰাষ্ট্ৰপতি শ্...