February 23, 2025 6:43 PM
দেশৰ স্বাধীনতা আন্দোলন তথা সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো মাতৃ শক্তিৰ ভূমিকাৰ কথা মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত ৮ মাৰ্চৰ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰসংগ উল্লেখ কৰি এই দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ দিন বুলি মন্তব্য কৰে। ভাৰতীয় সংস্কৃতি...