February 26, 2025 12:38 PM
মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দুগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য
অসম তথা জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ব্ৰিটিছ বিৰোধী সংগ্ৰামত চৰম বলিদান দিয়া দুগৰাকী স্বাভিমানী অসমীয়া মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ আজি পূণ্য তিথি। পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প...