October 26, 2024 9:02 PM
কাইলৈ আকাশবাণীৰ ১১৫ সংখ্যক খণ্ডৰ ‘মন কী বাত অনুষ্ঠান’
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। আকাশবাণী–দূৰদৰ্শনৰ সমগ্ৰ ন...