June 10, 2024 7:06 PM
মাজুলীত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান
মাজুলী জিলা কৃষি বিভাগৰ অধীনত আটমাৰ উদ্যোগত আজি গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত মহৰিচুক আৰু মালাপিন্ধা মিৰি গাঁৱত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। এই ...