September 7, 2024 7:56 PM
মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ড্ৰাগছ বিৰোধী সজাগতামূলক কাৰ্যসূচী
মাজুলী জিলাৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি জিলা আবকাৰী বিভাগ আৰু মাদক দ্রব্য নিবাৰণী পৰিষদৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। জেংৰাইমুখ, ৰঙাচাহী ...