February 21, 2025 12:16 PM
মাজুলীত আজিৰে পৰা বিভিন্ন গাঁও পঞ্চায়তৰ কৃষক পঞ্জীয়ন শিবিৰ
মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈকে বিভিন্ন গাঁও পঞ্চায়ত কৃষক পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হ'ব। কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা লাভ কৰিব পৰাকৈ জিলাখনত কমলাবাৰী, ...