ডাউনলোড
মোবাইল এপ

android apple
signal

February 9, 2025 7:30 PM

মাজুলীত বৃক্ক তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত

মাজুলী মীন শিল্প সমবায় সমিতি লিমিটেড আৰু ইষ্টার্ণ ষ্টন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত বৃক্ক তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মাজুলীৰ মহকিনাত থকা সম...

January 27, 2025 8:48 AM

মাজুলীত দেওবাৰৰ পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত

উজনি মাজুলীবাসী তথা নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত উজনি মাজুলীত কালিৰে পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত হৈছে। নাট সমাৰোহৰ কালি প্ৰথম দিনাৰ কাৰ্যসূচীত ৰূপকোঁৱৰ জ্যোতিপ...

January 26, 2025 8:18 PM

মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ভোট জলকীয়াৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ

মাজুলীৰ কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত আজি মুদৈবিল নৱপুৰত ৫০ বিঘা কৃষিভূমিত স্থানীয় বিধায়ক ভূৱম গাম, জিলা আয়ুক্ত ৰা...

January 24, 2025 7:47 PM

গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্রশিক্ষণ অনুষ্ঠিত

মাজুলী কৃষি বিভাগৰ উদ্যোগত উদ্যোন শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান আঁচনিৰ অধীনত গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ ...

January 24, 2025 7:45 PM

দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ ফুলনী অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

মাজুলীৰ ফুলনী অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ১৯৯৮ চনত স্থাপন হোৱা এই বিদ্যালয়খনে অঞ্চলটোৰ শৈক্ষিক বিকাশত বিশেষ ভ...

January 11, 2025 8:22 PM

মাজুলীৰ মিলিত কৃষ্টি সংঘ বালিচাপৰিৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া জ্যোতি সংগীতৰ কৰ্মশালাৰ আজি সামৰণি

মাজুলী জিলাৰ মিলিত কৃষ্টি সংঘ বালিচাপৰিৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া জ্যোতি সংগীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত জ্যোতি সংগীতৰ স্বৰলিপিৰ সঠিক ব্যৱহাৰত গুৰুত্ব দিয়া হয়। সংগীত...

January 7, 2025 1:21 PM

মাজুলীত ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা

মাজুলীৰ বনগাঁও টাউন ক্লাবৰ উদ্যোগত অহা ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ এখন দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ীলৈ ট্ৰফীসহ নগদ এক লাখ টকাৰ পুৰস্...

January 2, 2025 8:09 PM

মাজুলীত পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হোৱা বুলি প্ৰকাশ আৰক্ষী সূত্ৰৰ

মাজুলীৰ থানাসমূহত বিগত বছৰত ৰুজু হোৱা আটাইবোৰ অপৰাধমূলক গোচৰ নিষ্পত্তি হোৱাৰ ফলত জিলাখনত নৱবৰ্ষৰ আৰম্ভণিতে পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে...

December 14, 2024 11:15 AM

মাজুলীত মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ অনান্য জিলাসমূহৰ লগতে মাজুলীতো মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্...

November 13, 2024 6:41 PM

মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মাজুলী জিলাৰ পঞ্চ...