ডাউনলোড
মোবাইল এপ

android apple
signal

January 30, 2025 8:48 PM

নতুন দিল্লীৰ গান্ধী স্মৃতিত সর্বধর্ম প্রার্থনা সভাত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে নতুন দিল্লীৰ গান্ধী স্মৃতিত এখন সর্বধর্ম প্রার্থনা সভাত ভাগ লয়।...

January 30, 2025 6:39 PM

সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় ছহিদ দিৱস উপলক্ষে জনতা ভৱনত আয়োজিত কাৰ্যসূচীত ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ইউ জি...

January 30, 2025 3:40 PM

মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন কৰে। ৰাজ্যপালগৰাক...

January 30, 2025 3:39 PM

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য অর্পণ

সমগ্র দেশে আজি ছহিদ দিৱস উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত শ্ৰদ্ধাৰ্ঘ্য অর্পণ কৰিছে। এই উদ্দেশ্যে আজি পুৱা নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থ...

January 30, 2025 10:58 AM

জাতিৰ পিতা গান্ধীজীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য

সমগ্ৰ ৰাষ্ট্ৰই মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত আজি জাতিৰ পিতা গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মৃত্যু বার্ষিকী উপলক্ষে পুৱাৰ ভাগত নতুন দিল্লীৰ ৰাজঘাটত থকা মহ...