March 16, 2025 2:15 PM
মহাৰাষ্ট্ৰ বিধান পৰিষদৰ ৫ খন আসনৰ উপ নির্বাচনৰ বাবে বিজেপিৰ ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা
মহাৰাষ্ট্ৰ বিধান পৰিষদৰ ৫ খন আসনৰ বাবে অহা ২৭ মাৰ্চত হবলগীয়া উপ নির্বাচনৰ বাবে বিজেপিয়ে ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলে নাগপুৰৰ প্ৰাক্তন মেয়ৰ সন্দীপ দিৱাকাৰাও যোশীৰ লগতে ৰাজ্যি...