October 2, 2024 7:24 PM

আজিৰে পৰা ধৰালৈ দেৱী দুৰ্গাক আদৰাৰ প্ৰস্তুতি আৰম্ভ

আজি মহালয়া। আজিৰ দিনটোতে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱীপক্ষৰ সূচনা হয়। কাইলৈৰপৰা নৱৰাত্ৰি পালন কৰা হ'ব। আজিৰ দিনটোতে দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস প্রচলিত আছে। ইয়াৰ লগে লগেই দু...

October 2, 2024 9:40 AM

আজি মহালয়া

● আজি মহালয়া। আহিন মাহৰ অমাৱাস্যা তিথিটোক মহালয়া নামেৰে অভিহিত কৰা হয় আৰু এই দিনটোতে দিন-ৰাতিৰ সন্ধিক্ষণৰ পৰা মহালয়া পূজা আৰম্ভ হয়। মহালয়ৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে ব...