ডাউনলোড
মোবাইল এপ

android apple
signal

February 12, 2025 4:48 PM

মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে অব্যাহত আছে

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে চলি আছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ এই স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত কল্পবাস সম্পূৰ্ণ কৰা ১০ লাখৰো ...

February 10, 2025 8:59 PM

মহাকুম্ভৰ তীর্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আজি ২০ খন ৰে’ল চলাচল কৰোৱা হৈছে

উত্তৰ ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰে কৈছে যে, প্রয়াগৰাজৰ মহাকুম্ভৰ তীর্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আজি ২০ খন ৰে’ল চলাচল কৰাইছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত শ্রীশেখে...

February 10, 2025 5:01 PM

মহাকুম্ভ মেলাত ৰাষ্ট্ৰপতি মুৰ্মুৰ পূজা-অৰ্চনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত হৈ গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰি পূজা-অৰ্চনা আগবঢ়ায়। ৰাষ্ট্ৰপতিগৰাকী নাৱ...

February 7, 2025 6:24 PM

মহাকুম্ভত কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ৰ বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে আজি সন্ধিয়া প্ৰয়াগৰাজৰ মহাকুম্ভত এটা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিল্পীসকলে এই অনুষ্ঠানত গীত-নৃত্য ...

January 30, 2025 7:02 PM

মহাকুম্ভ মেলাত অমৃত স্নানত অংশ ল’বলৈ যোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মহিলা সন্ধানহীন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অমৃত স্নানত অংশ ল'বলৈ যোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মহিলা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী আৰু অসম আ...

January 30, 2025 10:44 AM

মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন ভক্তৰ মৃত্যু

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পদপিষ্ট হৈ কালি অসমৰ হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল সহ কমেও ৩০ ভক্তই প্ৰাণ হেৰুৱায়। প্ৰয়াগৰাজৰ আৰক্ষীয়ে মহাকুম্ভ মেলাৰ মৌনী অম...

January 27, 2025 2:20 PM

মহাকুম্ভ মেলাত মহিলা সবলীকৰণৰ উদ্দেশ্যে কেইবাটাও পেভেলিয়ন স্থাপন

প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলা মহিলা সবলীকৰণৰ মঞ্চ হৈ পৰিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বিভিন্ন সংস্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠানে মহিলাসকলৰ বাবে মঞ্চ আগবঢ়াইছে। মহিলা সবলীকৰণৰ ...

January 27, 2025 2:08 PM

আজিৰে পৰা মহাকুম্ভ এলেকা যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা

উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজৰ সমগ্ৰ মহাকুম্ভ এলেকা আজিৰে পৰা যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা কৰিছে। অহা ২৯ জানুৱাৰীত হ'বলগীয়া মৌনি অমাৱস্যা উপলক্ষে সাম্ভাব্য জনসমাগম নিয়ন্ত্ৰণ কৰাৰ ...

January 24, 2025 12:42 PM

প্ৰয়াগৰাজলৈ প্ৰতিদিনে ভালেসংখ্যক ভক্ত আৰু তীর্থযাত্ৰীৰ আগমন

মহাকুম্ভত ভাগ লোৱাৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ প্ৰতিদিনে ভালেসংখ্যক ভক্ত আৰু তীর্থযাত্ৰীৰ আগমন ঘটিছে। এইবাৰৰ মহাকুম্ভত এতিয়ালৈকে ত্রিবেণী সংগমত ১০ কোটি ২১ লাখৰো অধিক ভক্তই পৱিত্...

January 18, 2025 7:23 PM

জনার্দন দেৱগোস্বামীৰ নেতৃত্বত মহাকুম্ভলৈ ভকত-বৈষ্ণৱৰ দল ৰাওনা

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০ জনীয়া ভকত-বৈষ্ণৱৰ এটা দল আজি প্রয়াগৰাজৰ মহাকুম্ভ মেলালৈ ৰাওনা হৈছে। এই উপলক্ষ্যে আজি পুৱা গুৱাহাটীৰ শ্ৰীমন্ত ...