March 24, 2025 9:12 PM
লোকসভাত ২০২৫ বৰ্ষৰ বিত্তীয় বিধেয়ক সন্দৰ্ভত আলোচনা
লোকসভাত আজি ২০২৫ বৰ্ষৰ বিত্তীয় বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ শশী থাৰুৰে দেশৰ সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা বৰ জটিল বুলি মন্তব্য কৰে। তেওঁ কয়, যে মিষ্টা...