June 8, 2024 1:22 PM

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ

প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭.১৫...

June 4, 2024 9:08 PM

অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বিজেপিৰ জয়লাভ

অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বিজেপিয়ে জয়লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ অৰুণাচল পূব সমষ্টিত বিজেপিৰ টাপিৰ গাঁও আৰু অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্রীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেন ৰিজিজু ব...

June 4, 2024 9:23 PM

নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছেঃ ৰাহুল গান্ধী

কংগ্ৰেছ দলে আজি লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীয়ে অংশ লয়। ৰাহু...

June 4, 2024 8:29 PM

দেশৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি দেশৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত বিজেপিয়ে ব...

June 4, 2024 6:58 PM

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত আছে। নির্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ৮খন আসনত আৰু এন ডি এ...

June 4, 2024 5:27 PM

শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে

দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে ইতিমধ্যে ৪খন আসনত জয়লাভ কৰাৰ উপৰি ৯৩ খন আসনত আগবাঢ়ি আ...

June 4, 2024 4:44 PM

ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২ খন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে

♦ দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে দুখন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে এখন আসনত জয়লাভ কৰাৰ উপৰি ৯৮ খন আসনত আগবাঢ়ি আছে। গুজ...

June 1, 2024 8:37 PM

লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ’বঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁৰ দলে লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। আজি সংবাদমাধ্যমৰ সৈত...

June 1, 2024 8:32 PM

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে দিল্লীত বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ বৈঠক

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে নতুন দিল্লীত আজি বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিত্রজোঁটটোৱে লোকসভা নিৰ্বাচনত তেওঁলোকে ২৯৫ৰো অধিক আসন লাভ কৰিব বুলি বিশ্বাস ...

June 1, 2024 8:30 PM

১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰ সামৰণি

◊লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰো আজি সামৰণি পৰিল। বিগত ৪৩ দিনত দেশৰ ৫৪২টা সমষ্টিৰ ...