ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2024 11:07 AM

লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে অসমৰ ৪০ লাখ মহিলাই শপত ল’ব

অসমত লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৪০ লাখ মহিলাই শপত ল'ব। আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নির্বাচনী বিষয়াসকলে এই কথা প্...

April 9, 2024 12:28 PM

ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন হ’বলগীয়া ৫টা সমষ্টিৰ ১৫গৰাকী প্ৰাৰ্থী কোটিপতি

ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন হ'বলগীয়া ৫টা সমষ্টিৰ ৩৫গৰাকী প্ৰাৰ্থী ভিতৰত ১৫গৰাকী কোটিপতি বুলি এখন প্রতিবেদনত প্ৰকাশ হৈছে। প্ৰাৰ্থীসকলে শপতনামাত দিয়া তথ্যৰ ভিত্তিতে এটা সংস্...

April 9, 2024 11:59 AM

দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১,৬২৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্র দাখিল

দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৬২৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্র দাখিল কৰিছে। নির্বাচন আয়োগে জনোৱা অনুসৰি মুঠ ১০২টা সংসদীয় সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন...

April 7, 2024 8:59 PM

মণিপুৰত দুখন আসনৰ বাবে দুটা পৰ্যায়ত লোকসভা নির্বাচন

মণিপুৰত দুখন আসনৰ বাবে লোকসভা নির্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰে মণিপুৰ ইনাৰ সংসদীয় সমষ্টিৰ আসনৰ বাবে হ'বলগীয়া নিৰ্বাচন অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব। সমষ্টিত মুঠ ভোটদাতাৰ সংখ্য...

April 7, 2024 8:41 PM

তামিল ভাষা অতি প্রাচীন ভাষা, এন ডি এ চৰকাৰে তামিল ভাষাক সদায় সুৰক্ষা দি আহিছেঃ জে পি নাড্ডা

বিজেপিৰ সভাপতি জে পি নাড্ডাই তামিল ভাষাক অতি প্রাচীন ভাষা বুলি উল্লেখ কৰি কয় যে, এন ডি এ চৰকাৰে তামিল ভাষাক সদায় সুৰক্ষা দি আহিছে। তামিলনাডুৰ ছিদাম্বমত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচ...

April 7, 2024 6:53 PM

আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাইঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাই আৰু সেয়েহে মিত্ৰজোঁটটোৰ অভ্যন্তৰীণ মতভেদ ...

April 7, 2024 12:55 PM

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্ৰিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ১৯, ২৬ এপ্ৰিল আৰু ৭ মে'ত ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে এই সন্দৰ্ভত তিনিখন পৃথক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি প্র...

April 7, 2024 12:50 PM

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্ম...

April 7, 2024 12:36 PM

কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ মন্তব্য

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৱা নিশা কেৰালাৰ ক'জিকোড লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম টি ৰমেশৰ সমৰ্থনত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। ৰোড শ্ব'ৰ অন্তত তেওঁ দলীয় কর্মীসকলক সম্বোধন কৰে। ...

April 7, 2024 12:22 PM

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে চি পি আইৰ দলীয় ইস্তাহাৰ প্ৰকাশ

চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজাই কালি নতুন দিল্লীত আসন্ন লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। ইস্তাহাৰত পুৰণি পেঞ্চন ব্যৱস্থা সম্পূৰ্ণৰূপে বাহাল আৰু ব্যক্তিগত খণ্ডত সংৰক্ষ...