February 5, 2025 1:05 PM
লোকসভাত সংসদৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ
লোকসভাত কালি সংসদৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ পাছতে সদনত ...