February 10, 2025 6:52 PM
দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱা বিষয়ক লৈ লোকসভাৰ অধ্যক্ষj উদ্বেগ প্রকাশ
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ মহা...